Home Knowledge List of Websites for Students

List of Websites for Students

Websites for Students

0

 List of  Websites for Students

List of Websites for Students

List of Websites for Students 

List of  Websites for Students

আমি বাস কৰা বৰ্তমানৰ পৃথিৱীখনক ‘ডিজিটেল পৃথিৱী’ বুলি কোৱা হয়। আমাৰ এই ডিজিটেল পৃথিৱীত, ৱেবছাইটবোৰে এক প্ৰভাৱশালী ভূমিকা পালন কৰে।  ৱেবছাইট হৈছে ৰাজহুৱাভাৱে উপলব্ধ, আন্তঃসংযোগযুক্ত ৱেব পৃষ্ঠাৰ এক সংগ্ৰহ। বিভিন্ন উদ্দেশ্য পূৰণ কৰিবলৈ ব্যক্তি, গোট, ব্যৱসায় বা সংগঠনে ৱেবছাইট সৃষ্টি কৰিব পাৰে। কোভিড-19 সংকটৰ আগমনৰ পিছৰে পৰা, ছাত্ৰ সমাজে তেওঁলোকৰ অধ্যয়ন অনুসৰণৰ বাবে ইণ্টাৰনেটৰ আশ্ৰয় লৈছে। পৃথিৱীত বহুতো শৈক্ষিক ৱেবছাইট আছে যিবোৰ ব্যক্তি বা সংগঠনৰ দ্বাৰা পৰিচালিত হয়। কিন্তু সকলোবোৰ ৱেবছাইট সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ সৈতে খাপ নাখায়। সেয়েহে শিক্ষাৰ্থীসকলৰ বাবে সহায়ক বুলি গণ্য কৰা কিছুমান ৱেবছাইটৰ তালিকা (List of Websites for Students) তলত  দিয়া হ’। আমি আশা কৰোঁ যে এই ৱেবছাইটবোৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ উদ্দেশ্যৰ সৈতে খাপ খাব। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here